AN UNBIASED VIEW OF ASSAMESE SYNONYMS

An Unbiased View of Assamese synonyms

An Unbiased View of Assamese synonyms

Blog Article

অগ্নিবীজ, অগ্নিবীৰ্য, অগ্নিভ, অগ্নিৰেতঃ, কনক, কলধূত, কাঞ্চন, কৰ্বুৰ, চামীকৰ, দ্ৰৱিণ, নিষ্ক, পিঞ্জন, পুৰট, মহাধাতু, সুৱৰ্ণ, সোণা, স্বৰ্ণ, হাটক, হিৰণ, হিৰণ্য, হেম, ৰুক্ন৷

অধ্যয়নকাৰী, অধ্যেতা, ছাতৰ, ছাত্ৰ, পাঠাৰ্থী, বিদ্যাৰ্থী, শিক্ষাৰ্থী৷

অত্যাচাৰ, অসুবিধা, অস্বস্তি, আওখটি, আখটি, আতিশয্য, আমনি, উপদ্ৰৱ, উৎপীড়ন, জুলুম, দিগদাৰি‍, দৌৰাত্ম্য, নিপীড়ন, নিৰ্যাতন, পীড়ন৷

অপণ্য, অপৰাধ, read more কলিমল, কলুষ, কল্ক, কল্মষ, কিণ্ব, কুৰ্বুৰ, পাতক, পাপ, প্ৰত্যবায়৷

অতুল, অতুলন, অতুলনীয়, অতুল্য, অদ্বিতীয়, অনন্য, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷

ৰজা–মহাপতি, ভূপাল, মহীপাল, ক্ষিতিশ, ৰাজন, নৃপতি, নৰেশ্বৰ, নৰপতি, সম্ৰাট, চুলতান, খলিফা আদি।

সুৰুয, ৰবি, বেলি, ৰ'দালি, ভানু, দিনপতি, আদিত্য, ভাস্কৰ, অংশুমান

অচিৰত্ব, ক্ষিপ্রতা, ত্বৰা, দ্ৰুততা, শীঘ্ৰতা, সত্বৰতা৷

বাস্তৱিক, অকাল্পনিক, প্ৰকৃত, মূল, যথাৰ্থ

পৱন, অনিল, অগ্নিবৰ্ধক, মৰুৎ, বাত, সমীৰ, সমীৰণ, হাৱা

অঘোৰ, অজ, অদ্ৰিনাথ, অদ্ৰীশ, অম্বিকানাথ, আশুতোষ, ইন্দুভূষণ, ইন্দুমৌলি, ঈশান, উমানন্দ, উমানাথ, উমাপতি, উমেশ, উৰগভূষণ, একনাথ, কন্দুকেশ্বৰ, কাশীনাথ, কাশীপতি, কাশীশ, কাশীশ্বৰ, কৃতজ্বৰ, কেদাৰ, কৈলাসপতি, খণ্ডপৰশু, গংগাধৰ, গিৰিজাকান্ত, গিৰীশ, গৌৰীনাথ, গৌৰীশ্বৰ, চন্দ্রচূড়, চন্দ্ৰশেখৰ, চন্দ্ৰিল, চেকিতান, জটাধাৰী, জটাধৰ, জল্পেশ্বৰ, জ্বালী, ডম্বৰুধৰ, তাৰকনাথ, তাৰকেশ্বৰ, ত্ৰিনয়ন, ত্ৰিনাথ, ত্ৰিনেত্ৰ, ত্ৰিপুৰঘ্ন, ত্ৰিপুৰাৰি, ত্ৰিলোচন, ত্ৰিশূলধাৰী, ত্ৰিশূলী, দিগম্বৰ, দুৰ্গাধীশ, দুৰ্গাপতি, দুৰ্গেশ, দুৰ্গেশ্বৰ, দেৱাদিদেৱ, দেৱেশ, ধূৰ্জতি, নটশেখৰ, নটেশ্বৰ, নটৰাজ, নন্দ্যেশ্বৰ, নীলকণ্ঠ, নীলগ্ৰীৱ, পঞ্চানন, পশুপতি, পিনাকপাণি, পিনাকী, পুৰঞ্জিৎ, পুৰভিদ, পুৰমথন, পুৰুহৰ, প্রমথনাথ, প্ৰমথেশ, ফণীধৰ, ফণীভূষণ, বহিৰেতাঃ, বাণেশ্বৰ, বিভূতিভূষণ, বিল্বেশ্বৰ, বিশ্বনাথ, বিশ্বেশ্বৰ, বিৰূপাক্ষ, বীৰেশ্বৰ, বুঢ়াগোসাঁই, বৃষধ্বজ, বৃষভবাহন, ব্যোমকেশ, ভূতনাথ, ভূতভাৱন, ভৃংগেশ্বৰ৷ ভৈৰৱ, ভোলা, ভোলানাথ, ভৱ, ভৱানাপতি, ভৱানীকান্ত, ভৱেশ, মহাদেৱ, মহানট, মহেশ, মহেশ্বৰ, মাৰজিৎ, মৃগাংকমৌলি, মৃগাংকশেখৰ, মৃত্যুঞ্জয়, যোগীন্দ্ৰ, যোগেশ, যোগেশ্বৰ, শংকৰ, শম্ভু, শশীভূষণ, শিৱ, শূলপাণি, শূলী, সতীন্দ্ৰ, সতীপতি, সতীশ, সিদ্ধদেৱ, সুৰেশ্বৰ, সোমনাথ, সোমেশ্বৰ, স্মৰজিৎ, হিংগুলেশ্বৰ, হিৰণ্যৰেতাঃ, হৰ, ৰামেশ্বৰ, ৰুদ্ৰ৷

কপালী, ক্ষণজন্মা, ভাগ্যমন্ত, ভাগ্যৱন্ত, ভাগ্যৱান, সুভগ, সৌভাগ্যৱান, সৌভাগ্যশালী৷

অকল্যাণ, অনিষ্ট, অন্যায়, অভিচাৰ, অহিত, ক্ষতি৷

কঠিন, কোবাল, কষ্টকৰ, দুষ্কৰ, কষ্টযুক্ত, শ্ৰমসাধ্য

Report this page